অসম গণ পৰিষদৰ তৃতীয়খন তালিকাত কাৰ কাৰ নাম সন্নিবিষ্ট হ`ল

0 270

আগন্তুক বিধানসভা নিৰ্বাচনৰ অসম গণ পৰিষদৰ তৃতীয়খন প্ৰাৰ্থীৰ তালিকা আজি ঘোষণা কৰা হয়।
দলৰ প্ৰাৰ্থীত্ব লাভ কৰাসকল হৈছে ক্ৰমে :
বঙাইগাওঁ: ফণীভূষণ চৌধুৰী
ছয়গাওঁ :ডাঃ কমলাকান্ত কলিতা।
গুৱাহাটী পশ্চিম:ৰমেন্দ্ৰ নাৰায়ণ কলিতা।
উত্তৰ অভয়াপুৰী :ভূপেন ৰায় মানকাচৰ:জাবেদ ইছলাম ।
দক্ষিণ অভয়াপুৰী:পূর্ণেন্দু বনিক্য।
গােৱালপাৰা পূৱ:জ্যোতিষ দাস।
গােৱালপাৰা পশ্চিম:শেখ ছাহ আলম।
ভবানীপুৰ: ড° ৰঞ্জিত ডেকা।
বৰপেটা:গুণীন্দ্র নাথ দাস।
সৰুক্ষেত্রী :কল্পনা পাটোৱাৰী চেঙা:ৰবিউল হুছেইন।
বকো:জ্যোতি প্রসাদ দাস

Leave A Reply

Your email address will not be published.