আজিৰ যুগত পুৰুষ মহিলা সকলো ক্ষেত্ৰতে সমানে আগবাঢ়ি গৈছে।পুৰুষৰ সমানে কৃষি কৰ্ম কৰি সম্প্ৰতি চৰ্চালৈ আহিছে মাজুলীৰ এগৰাকী যুৱতী।মাজুলীৰ ফুলনিৰ মনিকা টাইড নামৰ যুৱতী গৰাকীয়ে নিজেই কোৰ মাৰি আহু,শালি,ৰবি খেতি কৰাৰ উপৰিও সামাজিক সেৱা মূলক কিছু কামৰ লগত জৰিত হৈ আছে।জানি সুখী হ’ব যে মনিকাই ঘৰৰ সমস্ত কাম কৰি ঘৰখনৰ প্ৰধান জনৰ দায়িত্ব পালন কৰি আহিছে ।যি সময়ত একাংশ নিবনুৱাই কৰ্মৰ সন্ধানত স্বদেশ এৰি বৰ্হিৰাজ্যলৈ গৈছে,সেই সময়ত এই যুৱতী গৰাকীৰ কৰ্ম সকলোৱে বাবে চৰ্চাৰ বিষয় হৈ পৰিছে।
Trending
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান