ৰং – বিৰঙ ফটোগ্ৰাফী শিতান

0 191

অসমৰ জনজীৱন প্ৰকৃতিৰ লগত ওতঃপ্ৰোত সম্পৰ্ক আছে । সি লাগিলে কাম চৰাই জনীয়ে হওক বা ঘৰৰ কাষৰ ডাউক জনীয়ে হওক । কিন্তু শেহতীয়াকৈ মানুহৰ অজ্ঞানতাৰ ফলত ক্ৰমশঃ বিলুপ্তিৰ গৰাহত পৰা চিনাকি চৰাইৰ কেইখনমান ফটো আগবঢ়ালো আজিৰ ফটোগ্ৰাফী শিতানত । ফটোকেইখন সবিতা গুপ্তাৰ ।

received_1251578978243215

received_1251579114909868

received_1251579331576513

received_1251579544909825

Leave A Reply

Your email address will not be published.