গডৰেজ ইণ্টেৰিঅ’ দশকজোৰা সাফল্য

0 356

ভাৰতৰ অগ্ৰণী ফাৰ্ণিছাৰ গডৰেজ ইণ্টেৰিয় ই ঘৰ আৰু অনুষ্ঠান দুয়োটা শাখাতে আছ বাব শাখাত শীৰ্ষস্থান অক্ষুণ্ণ ৰাখি তেওঁলোকৰ গুৱাহাটীস্থিত শীৰ্ষ বিপনী এন জি মাৰ্চেণ্টাইলেক নতুন ৰূপ প্ৰদান কৰে ৷ দহ বছৰ সম্পূৰ্ণ কৰা পাঁচ হেজাৰ বৰ্গ ফুট গডৰেজ ইণ্টেৰিয় বিপনী সঞ্চালন তথা ব্যৱসায়িক বিকাশ বিভাগৰ মুৰব্বী বিজ্ৰেশ ভাৰ্মাই মুকলি কৰে ৷
গুৱাহাটীৰ মাজমজিয়াত জি এছ ৰোড প্ৰখ্যাত ইটাগ প্লাজাত অৱস্থিত এই বিপনীখন স্থানীয় বজাৰ কাষতে হোৱা লগতে বেণ্ডবিধৰ সহজ অভিগ্যমাত্ৰাও প্ৰদান কৰিছে ৷ বিপনীখনে হোম ফাৰ্ণিছাৰ হোম মেট্ৰেছ আৰু হোম ষ্টৰেজ শাখাত ভাৰতৰ বিভিন্ন ষ্টাইল আৰু ফিনিশ্বিঙৰ সৈতে উচ্চ গুণগতমান সম্পন্ন সামগ্ৰী প্ৰদান কৰিবলৈ সমৰ্থ হৈছে ৷
বিপনীখনৰ নতুন ৰূপ দি গডৰেজ ইণ্টেৰিয় সঞ্চালন তথা ব্যৱসায়িক বিকাশ বিভাগৰ মুৰব্বী বিজ্ৰেশ ভাৰ্মাই কয় , অসম আৰু মেঘালয় বজাৰত গডৰেজ ইণ্টেৰিয় দৃঢ়ভাৱে খোপনি পুতিবলৈ সক্ষম হৈছে ৷ গুৱাহাটী দহ বছৰ সম্পূৰ্ণ কৰা শীৰ্ষৰ বিপনী এন জি মাৰ্চেণ্টাইলেৰ পৰা আমি আগন্তুক দুবছৰৰ দহ কোটি টকাৰ বাৰ্ষিক ৰাজহৰ আশা কৰিছো ৷ শেহতীয়া বৰ্ষকেইটাত গুৱাহাটী বেণ্ডেদ ফাৰ্ণিছাৰ দিশলৈ অগ্ৰসৰ হৈছে আৰু অধিক সমৃদ্ধ বেণ্ড অভিজ্ঞতা বিচাৰিছে ৷ ইণ্টেৰিয় গুৱাহাটী আৰু মেঘালয়ত ৩৩% বজাৰ অংশীদাৰ সবলৈ সক্ষম হৈছে ৷
বিপনীখনৰ পুনৰ মুকলি সৈতে গডৰেজ ইণ্টেৰিয়’ই মেৰু স্পেচ ফ’ৰ লাইফ শীৰ্ষক এক নতুন শিবৰৰো আয়োজন কৰিছে ৷ অধ্যয়নত প্ৰকাশ পোৱা মতে ৫৯% জেন এক্সে দাবী কৰিছে যে তেওঁলোকৰ ৩৬% পুৰণি প্ৰজন্মৰ তুলনাত নিজৰ সপোন বাস্তৱায়িত কৰিবলৈ অধিক সময় ব্যয় কৰে ৷ ৬১% পুৰণি প্ৰজন্মই নিজৰ জীৱনক ভয়াৱহতা ৰূপ দিয়া ৪৮% জেন এক্সেহে ইয়াৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷

Leave A Reply

Your email address will not be published.