অনিল নগৰত অসম জাতীয় পৰিষদৰ সাহাৰ্য বিতৰণ

0 167

জলমগ্ন হৈ পৰা গুৱাহাটীৰ কোনো কোনো অঞ্চলৰ লোকৰ জীৱন যাপন বিপৰ্যস্ত হৈ পৰিছে৷ আজি অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰিণজ্যোতি গগৈ সহ জ্যেষ্ঠ নেতা সকলে অনিল নগৰৰ কিছু বান বিধ্বস্ত লোকলৈ সাহাৰ্য আগবঢ়ায়৷

Leave A Reply

Your email address will not be published.