বি জি ইণ্ডিয়াৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

0 188

North East Life stock and Research and welfear Foundation and Socity ৰ উদ্যোগত BTAD অঞ্চলৰ কোকৰাঝাৰ জিলাৰ গোসাইগাও চহৰৰ চিমুলটাপু গাৱত Animal Husbandary Socity and care Center এটা পঢ়ি তুলিছে। উল্লেখযোগ্য যে এনে ধৰণৰ পশুধন সুৰক্ষা আৰু চোৱা-চিতা কেন্দ্ৰ উত্তৰ -পূর্বাঞ্চলত এইটোৱে প্রথম। এই কেন্দ্রটো ৰাইজৰ আশীর্বাদত শিৰত লৈ অহা ১৯ জুন তাৰিখে মুকলি হ’ব ।

এই Animal Husbandary Safty and Care Centre ত সাধাৰণ ৰাইজৰ পোহনীয়া পশুধনৰ স্বাস্থ্য সুৰক্ষাৰ লগতে সর্বাঙ্গীন উন্নতি সাধন কৰিব বুলি আশা ৰখা হৈছে। পশু-চিকিৎসকৰ লগতে Veterinary Field officer নিযুক্তিৰে চোৱা চিতা কৰা আৰু আদৰ যত্নই পশুধনৰ উন্নতি কৰিব।

অসম চৰকাৰৰ সংশ্লীষ্ট বিভাগীয় বিষয় ববীয়াৰ লগতে মন্ত্রী বিধায়কক নিমন্ত্রণ কৰা হৈছে ।অসমৰ মুখ্য মন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুকলি কৰিব লগীয়া স্হানীয় ৰাইজৰ সহায় সহযোগিতা কৰিব বুলি আশা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ডি জি ইণ্ডিয়াই এই কেন্দ্ৰৰ ওচৰতে আৰু এটা প্রকল্প হাতত লৈছে যত ১৫০ মহিলা আৰু ১০০ জন যুৱকক প্ৰশিক্ষন আৰু কৰ্ম সংস্থাপন দিয়াৰ বাবে পত্ৰ গ্ৰহণ কৰি সেই সমূহৰ পৰীক্ষা নিৰিক্ষা কৰি আছে।আৰু এই প্ৰশিক্ষণৰ আৰু কৰ্ম সংস্থাপন দিয়াৰ বাবে আবেদন কৰা সকলক সকলো জনগোষ্ঠিক প্ৰতিনিধিত্ব কৰিছে ।

Leave A Reply

Your email address will not be published.