অলিম্পিকত অংশগ্ৰহণ কৰিব লাভলিনা বৰগোহাঁইয়ে

0 531

টকিঅ’ অলিম্পিকলৈ নিৰ্বাচিত হ’ল লাভলিনা বৰগোহাঁই।জৰ্ডানৰ আম্মানত অনুষ্ঠিত হোৱা এখন প্ৰতিযোগিতা উজবেকিস্তানৰ মেলিভাক পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰাৰ লগতে টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰে।অলিম্পিকত অংশ গ্ৰহণ কৰাৰ বাবে সুযোগ লাভ কৰা লাভলিনা হ’ল অসমৰ দ্বিতীয় গৰাকী বক্সা।ইয়াৰ পূৰ্বে শিৱ থাপাই দুবাৰকৈ অলিম্পিকত প্ৰতিনিধিত্ব কৰিছিল।

Leave A Reply

Your email address will not be published.