অসমীয়া পৰম্পৰাগত সাজপাৰত মা দুৰ্গাক প্ৰতিষ্ঠা কৰিছে ।গুৱাহাটী মহানগৰীত অসমীয়া পৰম্পৰাগত সাজপাৰ, আ-অলংকাৰত দেখিবলৈ পোৱা গৈছে দেৱী দুৰ্গাৰ প্ৰতিমা।মহানগৰীৰ এগৰাকী মৃৎ শিল্পীয়ে অসমীয়া সাজ পাৰত প্ৰতিমা নিৰ্মাণ কৰিছে ।মহানগৰীৰ বিষ্ণুপুৰৰ নিৰ্মল পাল নামৰ মৃৎ শিল্পীগৰাকীয়ে প্ৰায় দুমাহৰ ভিতৰত নিৰ্মাণ কৰিছে দুৰ্গাদেৱীৰ প্ৰতিমা।প্ৰতিমাখনৰ উচ্চতা ৯ ফুট বহল ১৪ ফুট।প্ৰথমবাৰৰ বাবে অসমীয়া পৰম্পৰাগত সাজ পাৰত নিৰ্মাণ কৰিছে দুৰ্গা দেৱীৰ প্ৰতিমা।দেৱীৰ প্ৰতিমাটোৰ সাজপাৰ আ অলংকাৰ সম্পূৰ্ণ মাটিৰে নিৰ্মাণ কৰিছে বুলি মৃৎ শিল্পী গৰাকীয়ে সদৰি কৰিছে।
Trending
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ জালুকবাৰী সমষ্টিত ৰিনিকি ভূঞা শৰ্মাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ
- গৃহৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰিব পৰাকৈ নিৰ্বাচনী আয়োগৰ পদক্ষেপ
- নগঞা ঢুলীয়া, চিত্ৰশিল্পী, খনিকৰ মহেন্দ্ৰ বৰালৈ “বৰ্হমথুৰি শিল্পী বঁটা সাংস্কৃতিক মঞ্চ অসমৰ
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন