ভূৱন গামে বিজেপিৰ প্ৰাৰ্থী হিচাপে অসম বিধানসভাত শপত গ্ৰহণ কৰাৰ পাছতে বিজেপিৰ ১২৬ জনীয়া অসম বিধানসভাত নিজৰ আসনৰ সংখ্যা ৬৩ গৰাকীলৈ বৃদ্ধি পালে।বাজেট অধিবেশনৰ প্ৰথম দিনাই অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে শপত বাক্য পাঠ কৰোৱাই বিধায়ক ভূৱন গামক।উল্লেখ্য য্, মাজুলী উপ-নিৰ্বাচনত বিজেপি প্ৰাৰ্থী ভূৱন গামে বিৰোধী দলৰ সন্মিলিত প্ৰাৰ্থী অসম জাতীয় পৰিষদৰ চিত্তৰঞ্জন বসুমতাৰীক প্ৰায় ৪২ হাজাৰ ভোটৰ ব্যাৱধানত পৰাস্ত কৰিছিল।২০২১ চনৰ বিধানসভাত মাজুলী সমষ্টিৰ পৰা সৰ্বানন্দ সোণোৱাল বিজয়ী হোৱাৰ পাছত তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাত মাজুলী বিধানসভা সমষ্টিৰ আসনখন খালী হৈ আছিল।ভূৱন গামে বিজেপিৰ প্ৰাৰ্থী হিচাপে অসম বিধানসভাত শপত গ্ৰহণ কৰাৰ পাছতে বিজেপিৰ ১২৬ জনীয়া অসম বিধানসভাত নিজৰ আসনৰ সংখ্যা ৬৩ গৰাকীলৈ বৃদ্ধি পালে।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা