অসম বুক অফ ৰেকৰ্ডত সন্নিবিষ্ট হ’ল এখন ক্ষুদ্ৰ আকাৰৰ কবিতা পুথি

0 511

অসম বুক অফ ৰেকৰ্ডছত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হ’ল এখন ক্ষুদ্ৰ আকৃতিৰ কবিতা পুথিয়ে।কবিতা পুথিখন নাম প্ৰীতিলৈ এমুঠি কবিতা।দেখাত জুইশলা বাচকৰ আকৃতি এই কবিতা পুথিখনে ক্ষুদ্ৰ কবিতা পুথি হিচাপে স্বীকৃতি লাভ কৰিছে।
 
 
কবিতা পুথিখন লিখি উলিয়াইছে অভিজিত চলিহাই। পুথিখনৰ  উচ্চতা ৫ছে.মিটাৰ আৰু প্ৰস্থ ৩.৫ছে .মিটাৰ। অভিজিত চলিহা পেছাত এগৰাকী সাংবাদিক।

Leave A Reply

Your email address will not be published.