অসম লােক সেৱা আয়ােগৰ নৱ নিযুক্ত অধ্যক্ষ হিচাপে মংগলবাৰে শপতবাক্য পাঠ কৰে অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া ৰাজীৱ কুমাৰ বৰাই।ৰাজভৱনৰ হলত অসমৰ ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখীয়ে বৰাক পদ আৰু গােপনীয়তাৰ শপতবাক্য পাঠ কৰায়।উল্লেখ্য যে বৰা অসম-মেঘালয় কেডাৰৰ এজন আইএএছ (অৱসৰপ্ৰাপ্ত) বিষয়া।এই নিযুক্তিৰ পূৰ্বে বৰাই অসম প্ৰশাসনিক ন্যায়াধিকৰণৰ অধ্যক্ষ হিচাপে কাম কৰিছিল।
Trending
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান