ভাল খবৰ অথবা সুখবৰ শুনিলেই মনটো উলাহ আনন্দৰে ভৰি পৰে নহয়নে? আজি আপোনালোকক জনাব বিচৰিছো এনে এটা ভাল খবৰ ! অসম সুন্দৰী ৰেৱতী ছেত্ৰীয়ে জাপান পৰ্যটন বিভাগৰ “ভিজিট জাপান এম্বেছেডৰ” ৰূপে নিযুক্তি লাভ কৰিছে। স্মতৰ্ব্য যে জাপানৰ পৰ্যটন প্ৰচাৰ কৰিবৰ বাবে ইতিমধ্যে তেওঁক এখন প্ৰমান পত্ৰ লাভ কৰিছে । উল্লেখযোগ্য যে ৰেৱতী ছেত্ৰীয়ে ইয়াৰ পূৰ্বে Miss Asia 2016 খিতাপৰ লগতে সৌন্দৰ্য্যৰ প্ৰতিযোগিতাৰ বহু খিতাপ আজুৰি আনিবলৈ সক্ষম হৈছিল।
Trending
- ফিফা বিশ্বকাপ ২০২৬টিএম লৈ ভিছা আৰু এইচডিএফচি বেংকে ওচৰ চপাই আনিছে ভাৰতীয় অনুৰাগীসকলক
- পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত বিলত অসমীয়া সমাজৰ মাছ ধৰা উৎসৱ
- Assam Governor extends greetings on Rongali Bihu and Assamese New Year
- আন্তঃবিশ্ববিদ্যালয় থাং-টা প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সোণৰ পদক লাভ
- পাণ্ডু বিহু সন্মিলনীৰ স্থায়ী ঠিকনা হ’ব জুবিন গাৰ্গ ৰেলৱে বিহুতলী মালিগাওঁ
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান

