আজি শপত বাক্য কোনে কোনে গ্ৰহণ কৰিলে

0 240

আজি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ড০ হিমন্ত বিশ্ব শৰ্মাই । আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ১২ বাজি‌ ৫ মিনিটত শপত গ্ৰহন কৰে। তেওঁৰ লগতে ১৩ গৰাকী সতীৰ্থ মন্ত্ৰীয়ে ল’ব শপত লয় । ৰাজ্যপাল প্ৰফেছাৰ জগদীশ মুখীৰ সন্মুখত তেওঁলোকে শপত বাক্য পাঠ কৰে। পৰিমল শুক্লবৈদ্যই বঙালী ভাষাত , ইউ‌জি ব্ৰহ্মই বড়ো ভাষাত আৰু বাকীকেইজনে অসমীয়া ভাষাত‌ শপত বাক্য গ্ৰহণ কৰে। শপত গ্ৰহণ কৰা মন্ত্ৰী কেইজন হ’ল
১. ড॰ হিমন্ত বিশ্ব শৰ্মা
২. ৰঞ্জিত দাস
৩. অতুল বৰা (অগপ)
৪. ইউ জি‌ ব্ৰহ্ম (UPPL)
৫. পৰিমল‌ শুক্লবৈদ্য
৬. চন্দ্ৰ মোহন পাটোৱাৰী
৭. কেশৱ মহন্ত (অগপ)
৮. ড॰ ৰনোজ পেগু
৯. সঞ্জয় কৃষান
১০. যোগেন মহন
১১. অজন্তা নেওগ
১২. অশোক সিংঘাল
১৩. পিযুষ হাজৰিকা
১৪. বিমল‌ বৰা

Leave A Reply

Your email address will not be published.