ঐক্য সম্প্ৰীতিৰ নিদৰ্শন দেখুৱালে এটা হিন্দু পৰিয়ালে

0 249

হিন্দু মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে লখিমপুৰৰ এটা হিন্দু পৰিয়ালে।লখিমপুৰৰ গডহগাৰ কৰুণাকান্ত ভূঞা নামৰ ব্যক্তিজনৰ পৰিয়ালটোৱে উত্তৰ লখিমপুৰ ষ্টেচনৰ সমীপত থকা বিঘা ২কঠা ৯৯লেচা মাটি নাহৰপুখুৰীৰ কবৰ স্থানলৈ দান কৰে।সেই উপলক্ষে নাহৰ পুখুৰীৰ কবৰস্থান কমিটিয়ে পৰিয়ালটোৰ সদস্য সকলক সম্বৰ্ধনা জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.