কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ ৩ নং আমত’লা গাঁৱৰ এজন সাধাৰণ যুৱকে আজি গাঁৱৰে জেষ্ঠ লোকসকলক ঘৰলৈ নিমন্ত্ৰণ কৰি এসাজ খুওৱাৰ লগতে সম্বৰ্ধনা কৰা কাৰ্য্যত যুৱকজনক বহু লোকে প্ৰশংসা কৰে । একশৰণ ভাগৱতী সমাজৰ অন্তৰ্গত তৰুণ বিদ্যাৰ্থী সমাজৰ জিলা সম্পাদক অচ্যুত দাস নামৰ যুৱকজনে বিশেষকৈ ৯০ বছৰ অতিক্ৰম কৰা গাঁৱৰ জেষ্ঠ ভকত ৰাধিৰাম দাস আৰু জেষ্ঠ মহিলা সম্বেৰী দাসৰ লগতে কেবাজনো ভকতক সম্বৰ্ধনা জনাই আশীৰ্বাদ লয় । আজি এই অনুষ্ঠানৰ পূৰ্বে ঘৰতে তেওঁ গুৰু আসন প্ৰতিষ্ঠা কৰে।
Trending
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ