সৃষ্টিকামী ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ মূখ্য কাৰ্যালয়ত ১৭ নৱেম্বৰত এখনি কৃষক প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ন কৰে। উক্ত কাৰ্যসূচীত উপস্থিত থাকে কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ উদ্যান শস্য বিভাগৰ বিশেষজ্ঞা ড॰ দৰদী প্ৰিয়ম দুৱৰা আৰু অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰন প্ৰকল্প (APART) ৰ Research Technician অৰূপ কাকতি। এই প্ৰশিক্ষণ কাৰ্যসূচীত কৃষক সকলে কৃষিক্ষেত্ৰত শাক পাচলিত জৈৱিক সাৰ কেনেদৰে প্ৰয়োগ কৰিব লাগে, ঘৰুৱা পদ্ধতিৰে পোক পৰুৱা নিৱাৰণেৰে শাক-পাচলি বাৰীৰ পৰা উৎপাদন আদিৰ ওপৰত বহুলভাৱে আলোচনা কৰে। প্ৰশিক্ষণ কাৰ্যসূচীত ২০ গৰাকী কৃষক উপস্থিত থাকে।
Trending
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা