দ্বিতীয় বাৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান লাভ কৰিলে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আজি ৰাষ্ট্ৰপতি ভৱনৰ দৰবাৰ হলত অনুষ্ঠিত এক বৈঠকত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে শপত গ্ৰহণ কৰে।শপত গ্ৰহণ অনুষ্ঠানত প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দে সৰ্বানন্দ সোণোৱালক শপত বাক্য পাঠ কৰায়।ইয়াৰ পিছতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোদী কবিনেটত সৰ্বানন্দ সোণোৱাল স্থান লাভ কৰা বাবে শুভেচ্ছা লগতে ধন্যবাদ জনায়।তেখেতে কয় যে I am proud at Sri sonowal getting a berth in the Union cabinet . I recall with pride my long personal association with Sri sonowal and great opportunities that we had to work together ,for prosperity of Assam.I shall continue to learn and draw strength from him.
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন