আন্তৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগত সংগতি ৰাখি খাদী আৰু গ্ৰামোদ্যোগ আয়োগে আয়োজন কৰে নাৰী দিৱস উদযাপনৰ এলানি কাৰ্যসূচী। মহানগৰীৰ ৰূপনগৰস্থিত কাৰ্য্যালয়ত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত আঁত ধৰে উত্তৰ পূৱ জ’নৰ মুখ্য কাৰ্য্যবাহী বিষয়া জে কে গুপ্তাই। অনুষ্ঠানত বহু কেইগৰাকী উদ্যমীক সম্বদ্ধৰ্না জ্ঞাপন কৰে। এই অনুষ্ঠানত বিশেষ অতিথি উপস্থিত থাকি এন ই ফ’কাচ ডট কমৰ সম্পাদক সংগীতা শইকীয়াই উদ্যমীৰ উদ্যমীয়তাৰ সম্পর্কে বক্তব্য আগবঢ়ায়। লগতে দুগৰাকী উদ্যমীয়ে নাৰী সমাজত স্থান আৰু সবলীকৰণৰ সম্পর্কে বক্তব্য আগবঢ়ায়। অনুষ্ঠানত বহু কেইগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত থাকে।
Trending
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ জালুকবাৰী সমষ্টিত ৰিনিকি ভূঞা শৰ্মাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ
- গৃহৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰিব পৰাকৈ নিৰ্বাচনী আয়োগৰ পদক্ষেপ
- নগঞা ঢুলীয়া, চিত্ৰশিল্পী, খনিকৰ মহেন্দ্ৰ বৰালৈ “বৰ্হমথুৰি শিল্পী বঁটা সাংস্কৃতিক মঞ্চ অসমৰ
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন