উদয়ন সংঘৰ উদ্যোগত আৰু প্ৰতিশ্ৰুতি ফাউণ্ডেচনৰ সহযোগত গণতন্ত্ৰ দিৱস উপলক্ষে বিভিন্ন কাৰ্য্যসূচী অনুষ্ঠিত হয়।মহানগৰীৰ হাউচিং কলনীত অনুষ্ঠিত হোৱা অনুষ্ঠানত পতাকা উত্তোলনৰ লগতে বিনামূলীয়া চিকিৎসা শিবিৰ আৰু ঔষধ বিতৰণৰ কাৰ্যসূচী অনুষ্ঠিত হয়।পতাকা উত্তোলন কৰে জুনু নেওগে।অনুষ্ঠানটোৰ বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী উষা কান্তি দাস আৰু ঈশ্বৰ ফুকনে।দুটা শাখাত কণ কণ ছাত্ৰ ছাত্ৰী চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয় ।প্ৰায় ১৫০ ছাত্ৰ ছাত্ৰী চিত্ৰাংকন অংশগ্ৰহণ কৰে। প্ৰতিশ্ৰুতি ফাউণ্ডেশ্যনৰ সঞ্চালক সিদ্ধাৰ্থ দাসে জানিবলৈ দিয়া মতে মতে ফিজিঅ’থেৰাপিষ্ট শিবিৰটোৰ পৰা ৪০জনতকৈ অধিক লোক উপকৃত হ’বলৈ সক্ষম হৈছে ।
Trending
- পৰ্যটনৰ কোনো পৰিধি নাই- পৰ্যটন বিভাগটোক আৰু অধিক উজ্জীৱিত ৰূপত তুলি ধৰাৰ বাবে সংঘবদ্ধ হৈ কাম কৰাৰ আহ্বান পৰ্যটন মন্ত্ৰীৰ
- বনভোজ-নতুন বছৰৰ উৎসৱৰ সময়ত নীতি-নিদেৰ্শনা মানিহে গাড়ী চলোৱাৰ আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্তৰ
- সৰুসজাই ক্ৰীড়া প্ৰকল্পতএই মহা আয়োজন বিশ্বমানৰ হোৱাৰ ওপৰত গুৰুত্ব সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ
- ঢেকিয়াজুলি সমষ্টিৰ ৫,১৩০ টা পৰিয়ালৰ ২৭,৭৮৩ গৰাকী নতুন হিতাধিকাৰীৰ মাজত ৰেছন কাৰ্ড বিতৰণ
- ডিমৰীয়াত পৰিবহণ বিভাগৰ ৰাইজৰ সেৱা ৰাইজৰ পদূলিত সেৱা কাৰ্যসূচী
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ উদ্যোগত শ্ৰী শ্ৰীমহাকালেশ্বৰ মন্দিৰৰ পৰ্যটনৰ সম্ভাৱনীয়তা বিষয়ক আলোচনা
- গোৱালপাৰা জিলাত ‘বিকাশৰ ১২ দিন’ শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ মন্ত্ৰী অশোক সিংহলৰ
- সকলো শ্ৰেণীৰ বাহনৰ নথিপত্ৰ সঠিক কৰি ৰাখি সুৰক্ষিত যাতায়াত অব্যাহত ৰখাৰ আহ্বান পৰিবহণ বিভাগৰ
- ৰাজ্যৰ মুগা কৃষকক মূগালাটৰ যোগান ধৰিব খানাপাৰাৰ চৰকাৰী সঁচ পামে
- এ এছ এছ টিত পলিমাৰ আৰু উন্নত কাৰ্যকৰী সামগ্ৰী বিষয়ক ৰাষ্ট্ৰীয় সন্মিলনৰ সামৰণি