গণতন্ত্ৰ দিৱসৰ দিনা বিশেষ কাৰ্যসূচী

0 272

উদয়ন সংঘৰ উদ্যোগত আৰু প্ৰতিশ্ৰুতি ফাউণ্ডেচনৰ সহযোগত গণতন্ত্ৰ দিৱস উপলক্ষে বিভিন্ন কাৰ্য্যসূচী অনুষ্ঠিত হয়।মহানগৰীৰ হাউচিং কলনীত অনুষ্ঠিত হোৱা অনুষ্ঠানত পতাকা উত্তোলনৰ লগতে বিনামূলীয়া চিকিৎসা শিবিৰ আৰু ঔষধ বিতৰণৰ কাৰ্যসূচী অনুষ্ঠিত হয়।পতাকা উত্তোলন কৰে জুনু নেওগে।অনুষ্ঠানটোৰ বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী উষা কান্তি দাস আৰু ঈশ্বৰ ফুকনে।দুটা শাখাত কণ কণ ছাত্ৰ ছাত্ৰী চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয় ।প্ৰায় ১৫০ ছাত্ৰ ছাত্ৰী চিত্ৰাংকন অংশগ্ৰহণ কৰে। প্ৰতিশ্ৰুতি ফাউণ্ডেশ্যনৰ সঞ্চালক সিদ্ধাৰ্থ দাসে জানিবলৈ দিয়া মতে মতে ফিজিঅ’থেৰাপিষ্ট শিবিৰটোৰ পৰা ৪০জনতকৈ অধিক লোক উপকৃত হ’বলৈ সক্ষম হৈছে ।

Leave A Reply

Your email address will not be published.