ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফল

0 213

আজি ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষা ফলাফল। ফলাফল অনুসৰি বিজ্ঞান শাখাত সৰ্বোচ্চ নম্বৰে শীৰ্ষ স্থান দখল কৰে দৰঙৰ ধৃতিৰাজ বাস্তৱ কলিতাই।

দ্বিতীয় স্থান লাভ কৰে ডিব্ৰুগড়ৰ অলঙগিতা গৌতম বৰুৱা।

তৃতীয় স্থান লাভ কৰে নগাঁৱৰ সুৰজিত সুত্ৰধৰে।

চতুৰ্থ স্থান লাভ কৰে নগাঁৱৰ ৰিটিক কুমাৰ সূত্ৰ আৰু এলডিন নাথ।

পঞ্চম স্থান লাভ কৰে ডিব্ৰুগড়ৰ অৰমান শ্বহিব আৰু নগাঁৱৰ ৰোহন শইকীয়াই।

ষষ্ঠ স্থান লাভ কৰে ডিব্ৰুগড়ৰ অভিলাষা দত্ত।

সপ্তম স্থান লাভ কৰে কামৰূপৰ দেবব্ৰত কলিতা আৰু নগাঁৱৰ ভৈৱভ কলিতা।

অষ্টম স্থান লাভ কৰে যোৰহাটৰ গৌৰাংগ ভূঞা।
অভিনন্দা হাজৰিকা আৰু নিখিল দাস

নৱম স্থান লাভ কৰে বৰপেটাৰ সপ্তাষি কলিতা আৰু নগাঁৱৰ দেবাশীষ শৰ্মা আৰু ৰস্না গগৈ।

দশম স্থান লাভ কৰে বেদান্ত শৰ্মা,সুপ্ৰজিত সাহা, দেৱজ্ঞান বৰদলৈ অন্তৰীক্ষা মজুমদাৰ আৰু কিষান হৰলালকা ।

Leave A Reply

Your email address will not be published.