কিছুবছৰৰ পূৰ্বে হঠাতে জনপ্ৰিয় হৈ পৰিছিল এখন দক্ষিণৰ কথাছবি ।ছবিখনৰ নাম আছিল মিচ ইণ্ডিয়া ।এগৰাকী ভাৰতীয় যুৱতীয়ে বিদেশত ভাৰতীয় পৰম্পৰাগত চাহৰ ব্যৱসায় কৰি কেনেধৰনেৰ ঘাট প্ৰতিঘাটৰ মাজেৰে সফল হৈছিল সেয়া উপস্থাপন কৰিছিল পৰিচালকে। কিন্তু এইবাৰ বাস্তৱত এনেদৰে চাহৰ ব্যৱসায় কৰি সফল হোৱাৰ সপোন দেখিছে দেৰগাঁৱৰ উচ্চ শিক্ষিতা যুৱতী চায়েফা ইয়াছমিন ৰহমান নামৰ যুৱতীগৰাকীয়ে। দা চাই এডিক্ট নামৰ এখন বিভিন্ন স্বাদৰ চাহৰ বিপনী খুলি আগবঢ়াইছে ব্যৱসায়। মচলা চাহ,তণ্ডুৰী চাহ,অদৰক চাহ আদি বিভিন্ন স্বাদৰ চাহ উপলব্ধ হৈছে এই বিপনীখনত।
Trending
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক