চি আই ডিৰ মহাপৰিদৰ্শক হিচাপে নিযুক্তি লাভ আইৰণ লেডীৰ

0 70

আইৰণ লেডী হিচাপে খ্যাত সংযুক্তা পৰাশৰ পুনৰ অসমলৈ উভতিছে। জানিব পৰা মতে পৰাশক চি আই ডিৰ মহাপৰিদৰ্শক হিচাপে নিযুক্তি দিয়া হৈছে।

উল্লেখ্য যে ২০১৭ চনৰ পৰা ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ “নিয়াত” কৰ্মৰত হৈ আছিল। এগৰাকী দক্ষ আৰক্ষী বিষয়া পৰিচিত সংযুক্তা পৰাশক ডেপুটেশনৰ সময় শেষ হোৱাৰ পাছত অসম চৰকাৰে এক নিদেৰ্শনা যোগে চি আই ডিৰ আই জি পি হিচাপে নিযুক্তি দিছে।বিগত বৰ্ষত তেখেতে বহুকেইটা দুঃসাহসিক অভিযানৰ লগত জৰিত আছিল।

Leave A Reply

Your email address will not be published.