জিলা প্ৰশাসনে দশমী দিনা ড্ৰাই ডে’ ঘোষণা কৰিছে

0 134

দৰঙ জিলাৰ উপায়ুক্তই সমগ্র জিলাখনত দশমী দিনা ড্ৰাই ডে ঘোষণা কৰিছে। এক নিৰ্দেশনা উল্লেখ কৰা অনুসৰি ড্ৰাই ডে’ৰ সময়ছোৱাত জিলাত দেশীয় অৰ্থাৎ খুচুৰা বিক্রী কেন্দ্র, দোকান সমূহ বন্ধ থাকিব।

তদুপৰি উক্ত দিনটোত নিচা যুক্ত দ্ৰব্য সেৱন, বিক্ৰীকৰণ, মজুতকৰণ, বিতৰণ সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰা হৈছে। এই নিৰ্দেশ অমান্য কাৰীক অসম আৱকাৰী আইনৰ অধীনত ব্যবস্থা গ্রহণ কৰা হ’ব।

Leave A Reply

Your email address will not be published.