চৌদিশে কাল কৰোণাই সংহাৰী ৰূপ ধাৰণ কৰিছে। চৰকাৰে কভিড ৰোধৰ বাবে বিভিন্ন ব্যৱস্থা কৰাৰ সমান্তৰালকৈ সামাজিক দায়বদ্ধতা উপলব্ধি কৰি টীয়ক আঞ্চলিক ছাত্ৰ সন্থাই টীয়ক ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়, টীয়ক পৌৰসভা আৰু টীয়ক আৰক্ষী থানাৰ সহযোগত টীয়কৰ চক্ৰ বিষয়াৰ কাৰ্যালয়, আৰক্ষী থানা, অসম ৰাজ্যিক পৰিবহণ নিগম বাছ আস্থান, বিভিন্ন বেংক, এ টি এম, হস্পিতাল, চৰকাৰী বেচৰকাৰী কাৰ্যালয় তথা কেইবাটাও ৰাজহুৱা স্থানত টীয়ক অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত চেনিটাইজেচণ কৰে। লগতে সকলোকে কভিড নীতি মানি সামাজিক দূৰত্ব, মাস্ক পৰিধান কৰি নিজৰ লগতে সকলোকে সুৰক্ষিত হৈ থাকিবলৈ আহ্বান জনায়।
Trending
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন