টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত ৰাজহুৱা চেনিটাইজেচন কাৰ্যসূচী সম্পন্ন

0 242

চৌদিশে কাল কৰোণাই সংহাৰী ৰূপ ধাৰণ কৰিছে। চৰকাৰে কভিড ৰোধৰ বাবে বিভিন্ন ব্যৱস্থা কৰাৰ সমান্তৰালকৈ সামাজিক দায়বদ্ধতা উপলব্ধি কৰি টীয়ক আঞ্চলিক ছাত্ৰ সন্থাই টীয়ক ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়, টীয়ক পৌৰসভা আৰু টীয়ক আৰক্ষী থানাৰ সহযোগত টীয়কৰ চক্ৰ বিষয়াৰ কাৰ্যালয়, আৰক্ষী থানা, অসম ৰাজ্যিক পৰিবহণ নিগম বাছ আস্থান, বিভিন্ন বেংক, এ টি এম, হস্পিতাল, চৰকাৰী বেচৰকাৰী কাৰ্যালয় তথা কেইবাটাও ৰাজহুৱা স্থানত টীয়ক অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত চেনিটাইজেচণ কৰে। লগতে সকলোকে কভিড নীতি মানি সামাজিক দূৰত্ব, মাস্ক পৰিধান কৰি নিজৰ লগতে সকলোকে সুৰক্ষিত হৈ থাকিবলৈ আহ্বান জনায়।

Leave A Reply

Your email address will not be published.