টীয়কৰ পীড়াকটা মিলনজ্যোতি মহিলা সমিতিৰ উদ্যোগত আৰু জনকৈল্যাণ যুৱ সংঘৰ সহযোগত মহাসতী জয়মতীৰ স্মৃতি দিৱস দিনযোৰা কাৰ্যসূচীৰে যুৱ সংঘৰ ৰংগমঞ্চত উদযাপন কৰা হয়।পুৱা পতাকা উত্তোলন,গছপুলি ৰোপণ,স্মৃতি তৰ্পণ কাৰ্যসূচীৰ পাছতে এখনি চিত্ৰাংকণ প্ৰতিযোগিতা আয়োজন কৰা হয়।তাৰ পাছতে মহাসতী জয়মতীৰ জীৱন বিতান্ত সম্পৰ্কত উঠি অহা প্ৰজন্মক আভাস প্ৰদানৰ অৰ্থে এক বক্তৃতা সভা অনুষ্ঠিত কৰা হয় য’ত কেইবাজনো বিশিষ্ট ব্যক্তিয়ে মহাসতীৰ আদৰ্শৰ ওপৰত তন্ন তন্নকৈ আলোকপাত কৰে।সন্ধিয়া অঞ্চলটোৰ কণ কণ ছাত্ৰ ছাত্ৰী সকলক লৈ গনেশ গগৈৰ ৰচিত তথা উদীয়মান পৰিচালক মুন খনিকৰৰ পৰিচালনাত মহাসতী জয়মতী নাটকখনি সফল মঞ্চস্থ কৰা হয়।মহিলাসকলৰ এই পদক্ষেপক এতিয়া সমগ্ৰ অঞ্চলবাসীয়ে আদৰণী জনাইছে।
Trending
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি