কামৰূপ মহানগৰ জিলাৰ সোণাপুৰৰ নিকটৱৰ্তী টেপেছিয়া গাঁও উন্নয়ন কমিটিৰ সৌজন্যত টেপেছিয়া জনজাতীয় প্ৰাথমিক বিদ্যালয় খেলপথাৰত বৃহত্তৰ অঞ্চলটোৰ পৰা সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষত উত্তীৰ্ণ হোৱা ৩১ (একত্ৰিশ)গৰাকী ছাত্র- ছাত্রীক কালি বিপুলভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। এই উপলক্ষে আয়োজিত সভাত সভাপতিত্ব কৰে গাঁও উন্নয়ন কমিটিৰ সভাপতি সুৰেন্দ্ৰ বড়োৱে। উদ্দেশ্যে ব্যাখ্যা কৰে কমিটিৰ সম্পাদক বিদাস কাঠাৰে। সভাত কমিটিৰ উপদেষ্টা তথা সৰবৰহী ব্যক্তি গুণেশ্বৰ দেউৰী, বয়োজ্যেষ্ঠ নাগৰিক তথা সমাজকৰ্মী বীৰেন চন্দ্র বড়ো, সমাজকৰ্মী প্ৰদীপ শৰ্মা, নন্দি কাঠাৰ, ভাস্কৰ চিত্ৰ, অৰ্জুন বড়োয়ে বক্তব্য দাঙি ধৰি ছাত্র- ছাত্রী সকলৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram