শতাধিক বিষয়, সহস্ৰাধিক প্ৰশ্নোত্তৰ সম্বলিত দীপাংকৰ কৌশিকৰ ‘সমগ্ৰ কুইজ’ আজি গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয়। উন্মোচনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে চিকিৎসক তথা ‘অবাক’ৰ মুখ্য সম্পাদক ডা° শুভ্ৰকিংকৰ গোস্বামী, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অংশুমান বৰা আমাৰ অসমৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মা, বিশিষ্ট অধিবক্তা ৰাতুল গোস্বামী, শিশু সাহিত্যিক যুগললোচন দাস, সুৰেন্দ্ৰমোহন দাস । অনুষ্ঠানত আদৰণি ভাষণ দিয়ে অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া ৰবেন্দ্ৰ কুমাৰ দাসে।অনুষ্ঠানৰ আঁত ধৰে কুইজ পৰিচালক দিলীপ কুমাৰ শৰ্মাই। গ্ৰন্থখন প্ৰকাশ কৰিছে পাণবজাৰৰ ৰেখা প্ৰকাশনে।গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা লিখিত কুইজ প্ৰতিযোগিতাত বৰ্ণালী তালুকদাৰে প্ৰথম পুৰস্কাৰ লাভ কৰে । দ্বিতীয় পুৰস্কাৰ লাভ কৰে সায়ন্তন শইকীয়া,প্ৰশান্ত মেধি আৰু মানস শৰ্মাই। অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়াই গিৰীশ বৰ্মনে।
Trending
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী