দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন

0 159

আজি অনুষ্ঠিত হ’ল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্রহণ। পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হোৱা ৰাজ্যৰ পাঁচ সমষ্টিত ভোটদান পৰ্ব সামৰণি পৰে বিয়লি পাঁচ বজাত৷অৱশ্যে বহু ভোট গ্ৰহণ কেন্দ্ৰৰ চৌহদত ভোটাৰৰ দীঘলীয়া শাৰী হোৱা হেতুকে এই ভোটাৰ সকলে ভোটাধিকাৰ সাব্যস্ত কৰাৰ পিছত ভোটদান পৰ্ব অন্ত পৰিব৷বিয়লি পাঁচ বজালৈকে অসমত ভোটদানৰ সামগ্ৰিক হাৰ ৭০.৬৬ শতাংশ৷
আনহাতে বিয়লি ৫ বজালৈকে অসমৰ পাঁচটা সমষ্টিত ভোটদানৰ হাৰ এনেধৰণৰ:-

নগাঁও:৭১.৮৪ শতাংশ।

দৰং-ওদালগুৰি:৭২.৯৯ শতাংশ৷

শিলচৰ: ৬৫.৫৭ শতাংশ৷

কৰিমগঞ্জ: ৭১.০২ শতাংশ৷

Leave A Reply

Your email address will not be published.