ধেমাজি গোগামুখৰ এগৰাকী ব্যক্তিৰ প্ৰশংসনীয় পদক্ষেপ।প্ৰদূষণ আৰু প্লাষ্টিক মুক্ত চিন্তাৰে স্থাপন কৰিছে এটা ক্ষুদ্ৰ উদ্যোগ।যুৱকজনৰ নাম হৈছে প্ৰসন্ন বসুমতাৰী। Seli Industry নামেৰে এটা প্ৰদূষণ মুক্ত ক্ষুদ্ৰ উদ্যোগ গঢ় দি থলুৱা যুৱকক কৰ্ম সংস্থাপন পথ দেখুৱাইছে।এই ক্ষুদ্ৰ উদ্যোগটো শুভ উদ্বোধন কৰে ধেমাজি জিলাৰ উপায়ুক্তই।জানিব পৰা মতে বৰ্তমান এই উদ্যোগটোত প্ৰদূষণ মুক্ত Carry Bag আৰু Senitary pads তৈয়াৰ হয়।উল্লেখযোগ্য যে Carry Bag আৰু Senitary Pads সমূহ গ্ৰাহকে অতি কম উদ্যোগটোৰ পৰা কিনিব পাৰিব বুলি প্ৰসন্ন বসুমতাৰীয়ে জানিবলৈ দিছে।
Trending
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা