অসমৰ ভিতৰতে বৃহত্তৰ বৌদ্ধ মন্দিৰ নিৰ্মাণ হৈ আছে চিলাপথাৰৰ ফুলবাৰীত।ধেমাজি জিলাৰ বাণিজ্যিক পাম্প হিচাপে খ্যাত চিলাপথাৰৰ মালিনীপুৰ পঞ্চায়তৰ অন্তৰ্গত ফুলবাৰীত নিৰ্মাণ হৈছে এটা বৃহৎ বৌদ্ধ মন্দিৰ।ফুলবাৰী পথাৰত ৪০০ সামৰি তিনিমহলীয়াকৈ নিৰ্মাণ হৈছে এই বৃহৎ বৌদ্ধ মন্দিৰটো।উল্লেখযোগ্য যে ২০১৪ চনৰে পৰাই এই বৌদ্ধ মন্দিৰতো নিৰ্মাণকাৰ্য চলি আছে।পদ্মমনি চেৰিটেবুল ট্ৰাষ্ট নামৰ নিৰ্মান প্ৰতিষ্ঠানটোৱে এই মন্দিৰটোৰ নিৰ্মাণকাৰ্য লগত জড়িত হৈ আছে। ইতিমধ্যে প্ৰায় ৭০% কাম সম্পূৰ্ন হৈছে । কিন্তু সম্প্ৰতি ক’ৰণা মহামাৰী পৰিপ্ৰেক্ষিত কিছুমান কাম আধৰুৱা হৈ আছে। স্মৰ্তব্য যে মন্দিৰ চৌহদত স্কুল,চিকিৎসালয় অত্যাধুনিক ৰূপত এখন পার্ক নিৰ্মাণৰ কামো পূৰ্ণ গতিত অব্যাহত আছে।
Trending
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ জালুকবাৰী সমষ্টিত ৰিনিকি ভূঞা শৰ্মাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ
- গৃহৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰিব পৰাকৈ নিৰ্বাচনী আয়োগৰ পদক্ষেপ
- নগঞা ঢুলীয়া, চিত্ৰশিল্পী, খনিকৰ মহেন্দ্ৰ বৰালৈ “বৰ্হমথুৰি শিল্পী বঁটা সাংস্কৃতিক মঞ্চ অসমৰ
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ