শিৱসাগৰ জিলাৰ উপায়ুক্ত মেঘ নিধি দাহলৰ নিৰ্দেশানুসাৰে যোৱা ৯ ছেপ্টেম্বৰত জাৰি কৰা এক পত্ৰ যোগে দুচকীয়া বাহনৰ আৰোহীৰ জীৱনৰ নিৰাপত্তা তথা পথ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ জিলাৰ সমূহ তেল ডিপোৰ স্বত্বাধিকাৰীক হেলমেট পৰিধান নকৰা কোনো আৰোহীক কোনো কাৰণতেই যাতে তেল যোগান ধৰা নহয়, তাৰ আধাৰত No Helmet, No fuel নীতি এতিয়াৰে পৰা কঠোৰভাৱে পালন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হয়। এই নীতি তৎকালীন ভাৱে বলৱৎ কৰা হৈছে।উল্লেখযোগ্য যে, এই নীতি অমান্য কৰা তেল ডিপোসমূহৰ ওপৰত বিধিগত ভাৱে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
Trending
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী