বক্সিং খেলুৱৈক আজমলৰ সাহাৰ্য্য প্ৰদান কৰিলে

0 245

লণ্ডনত অনুষ্ঠিত হ’বলগীয়া বক্সিং প্ৰতিযোগিতাৰ অংশ গ্ৰহণ কৰাৰ সপোন পূৰণ হ’বলৈ গৈ আছে যমুনামুখ সমষ্টিৰ নোৱাবিলৰ আব্দুচ ছামাদৰ ।ধনৰ অভাৱত লণ্ডনত অনুষ্ঠিত হ’বলগীয়া খেলত অংশগ্ৰহণ কৰিব পৰা নাছিল ছামাদে। যাৰ বাবে দল সংগঠনক সহায় বিচাৰি ছামাদে আহ্বান জনাইছিল। সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ  পিছত বহু জনে চামাদক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল।অৱশেষত উত্তৰ পূৱৰ অন্যতম সমাজসেৱী সংস্থা আজমল ফাউণ্ডেচনে আজি ছামাদক দুই লাখ টকাৰ সাহায্য আগবঢ়ায় ।ফাউণ্ডেচণ্ডেচনৰ ন্যাসৰক্ষী সিৰাজুদ্দিন আজমল আৰু আজমল ফাউণ্ডেচনৰ ডিৰেক্টৰ ড° খচৰুল ইছলামে দুই লাখ টকাৰ চেক প্ৰদান কৰে কিক বক্সিং খেলুৱৈ ছামাদক।খবৰ যুগুতালে মোৰাঝাৰৰ পৰা ছাদিকুজ জামানে.. 

Leave A Reply

Your email address will not be published.