বাছ আস্থান মুকলি

0 241

বিশ্বনাথ জিলাৰ বৰগাঙত অসম পৰিবহন নিগমৰ নৱনিৰ্মিত বাছ আস্থান মুকলি কৰিলে মন্ত্ৰী ৰঞ্জিত দত্তই ।উল্লেখযোগ্য যে বাছ আস্থানটো দুই দশক ধৰি জৰাজীৰ্ণ অৱস্থাত আছিল।
অৱশেষত অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনত নিৰ্মাণ কৰি ৰাইজৰ বাবে আনুষ্ঠানিক ভাৱে মুকলি কৰে।৭০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বাছ আস্থানটোৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে অসম পৰিবহন নিগমৰ অধ্যক্ষ অশোক ভট্টৰায়।তেখেতে অনুষ্ঠানত উপস্থিত থাকি বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
খবৰ যুগুতালে বিশ্বনাথৰ পৰা পলাশ প্ৰিয়মে..

Leave A Reply

Your email address will not be published.