সদৌ অসম বাঢ়ৈ সমাজ পৰিষদৰ সৌজন্যত আৰু তিনিচুকীয়া শাখা গোটৰ সহযোগত তিনিচুকীয়া কাপ্তানচুক দুৰ্গা মন্দিৰত ২০২১ বৰ্ষত পেঞ্চন লাভ কৰা সাহিত্যিক পেঞ্চনাৰ মাখন লাল বাঢ়ৈক সম্বৰ্ধনা জ্ঞাপন কৰাৰ উদ্দেশ্যে এক অনুষ্ঠান আয়োজন কৰে।ৰামেশ্বৰ বাঢ়ৈয়ে সঞ্চালনা কৰা অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে বাঢ়ৈ সমাজৰ সাধাৰণ সম্পাদক মণ্টু বাঢ়ৈয়ে। সভাত সদৌ অসম কুমাৰ সমাজৰ সাধাৰণ সম্পাদক নগেন কুমাৰ, লাহোৱাল এছ কে এছ ইংলিছ একাডেমিৰ স্বত্তাধিকাৰী দয়াল চাহ, তুলসী বাঢ়ৈ আদি উপস্থিত আছিল।
Trending
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা