ভাৰতীয় জনতা পাৰ্টিৰ বশিষ্ঠস্থিত ৰাজ্যিক মুখ্য কাৰ্যালয় ভৱনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মত বিনিময়

0 102

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ভাৰতীয় জনতা পাৰ্টিৰ বশিষ্ঠস্থিত ৰাজ্যিক মুখ্য কাৰ্যালয় ভৱনত উপস্থিত হৈ কাৰ্যকৰ্তাসকলৰ সৈতে মত বিনিময় তথা আলোচনাত মিলিত হয় আৰু দলৰ বিভিন্ন সাংগঠনিক কাম-কাজৰ বুজ লয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’কে ধৰি কেতবোৰ কল্যাণকামী পদক্ষেপৰ সফল ৰূপায়ণত সক্ৰিয় ভূমিকা ল’বলৈ কাৰ্যকৰ্তাসকলক আহ্বান জনায় সোণোৱালে।

Leave A Reply

Your email address will not be published.