অসমৰ মনোজ কুমাৰ গগৈক ভাৰতীয় খাদ্য নিগম (এফ চি আই)ৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে।উজনি অসমৰ শিৱসাগৰৰ মনোজ কুমাৰ গগৈ কাৰ্যবাহী সঞ্চালক হিচাপে পদোন্নতি হোৱাৰ পূৰ্বে নতুন দিল্লীৰ ভাৰতীয় খাদ্য নিগমৰ মুখ্য কাৰ্যালয়ত মুখ্য মহা প্ৰৱন্ধক হিচাপে নিযুক্ত হৈ আছিল।৫২বৰ্ষীয় গগৈ এই পদলৈ প্ৰত্যক্ষভাৱে পদোন্নতি লাভ কৰা অসমৰ প্ৰথমগৰাকী ভাৰতীয় খাদ্য নিগমৰ বিষয়া।তেওঁক লগতে ভাৰতীয় খাদ্য নিগমৰ মুখ্য কাৰ্যালয়ৰ কাৰ্যবাহী সঞ্চালকৰ (পাৰ্চেজ, আই এণ্ড ই, টি আই চেল, ইন্টাৰনেশ্যনেল কোপাৰেশ্যন) আৰু বোৰ্ড সচিবৰ দায়িত্বও দিয়া হৈছে।
Trending
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী