মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আধাৰত এটি গীত আনুষ্ঠানিকভাৱে শুভ উন্মোচিত কৰে স্বয়ং মুখ্যমন্ত্ৰীয়ে

0 277

বৃহস্পতিবাৰে চতিয়া সমষ্টিৰ অন্তৰ্গত গেলাহাটিঙা বাগান আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় শুভ উন্মোচন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ এই অনুষ্ঠানতে চতিয়া সমষ্টিৰ এগৰাকী চাহ জনজাতিৰ উদীয়মান কন্ঠশিল্পী সুজিত তছাই কন্ঠদান কৰা মুখ্যমন্ত্ৰীৰ আধাৰত লিখা এটি গীত মোৰ হৃদয়ৰ গান স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়েই শুভ উন্মোচন কৰে ৷ এই গীতটি কথা আৰু সুৰ মহিধৰ ডেকাৰ ৷ গীতটি মুখ্যমন্ত্ৰীৰ হাতৰে উন্মোচিত কৰিবলৈ পাই যথেষ্ট উৎফুল্লিত উদিয়মান কন্ঠশিল্পী সুজিত তছা৷

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.