ৰাজ্যত ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক ক’ৰণা ভাইৰাছে।ক’ৰণাৰ সংক্ৰমণৰ সমান্তৰালকৈ বৃদ্ধি হৈছে ক’ৰণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। চৰকাৰ তথা প্ৰশাসনে ক’ৰণা ৰোধৰ বাবে প্ৰচেষ্টা হাতত লোৱাৰ সমান্তৰালভাৱে মুখ্য মন্ত্ৰী সাহাৰ্য্য পুঁজিৰ পৰাও আৰ্থিক সাহাৰ্য্য বিচাৰি অসমবাসী ৰাইজক আহ্বান জনাইছে। এই সময়তে ক’ৰণাৰ বাবে আৰ্থিক অনুদান আগবঢ়াইছে লক্ষীমপুৰৰ বিধায়ক মানৱ ডেকাই। জানিব পৰা মতে মুখ্য মন্ত্ৰী সাহাৰ্য্য নিধিলৈ নিজৰ এমাহৰ দৰমহা আগবঢ়ালে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই।বিগতবৰ্ষটো মুখ্যমন্ত্ৰী সাহাৰ্য্য পুজিলৈ বহুজনে আৰ্থিক সাহাৰ্য্য আগবঢ়াইছিল ।
Trending
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী