যোৰহাটবাসীলৈ সুখবৰ।যোৰহাট প্ৰশাসনে লৈছে এক প্ৰশংসনীয় পদক্ষেপ।যোৰহাটৰ ক’ভিড আক্রান্ত সকলৰ বাবে মুকলি কৰা হৈছে ১০ খনকৈ এম্বুলেন্স।ৰাইজৰ সেৱা বাবে মুকলি কৰা হৈছে ৱেবচাইট।যোৰহাট জিলাখনত ক’ভিড ৰোগী আৰু আত্মীয় সুবিধাৰ বাবে জিলা প্ৰশাসনে মুকলি কৰিছে ১০ খন অট’ এম্বুলেন্স মুকলি কৰে। বিভিন্ন ক’ভিড চেণ্টাৰত পজিটিভ ৰোগী ওলালে তেওঁলোকক চিকিৎসাললৈ বা ঘৰলৈ নিয়া বাবে ব্যৱহাৰ হ’ব।ৰোগীয়ে এই সুবিধা সমূহ বিনামূলীয়াকৈ লাভ কৰিব পাৰিব । এই সেৱা সমূহ আনুষ্ঠানিক ভাৱে মুকলি কৰিছে ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে।লগতে ক’ভিড সম্পৰ্কীয় যিকোনো তথ্য ঘৰতে থাকি লাভ কৰা,ঘৰতে থাকি বজাৰ কৰা ২৪ ঘণ্টা এম্বুলেন্স সেৱা লাভ কৰিবলৈ এক ৱেবচাইট মুকলি কৰিছে। ৱেবচাইট নাম হৈছে covid-19 jorhat.in এই ৱেবচাইট ম`বাইলত ডাউনলড কৰি এই সুবিধা লাভ কৰিব পাৰিব যোৰহাটবাসীয়ে।এই কথা ঘোষণা কৰিছে কামাখ্যা প্ৰসাদ তাছা আৰু হিতেন্দ্ৰ নাথ গোস্বামীয়ে।
Trending
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ
- অসম বিধানসভাৰ সদস্য বিশেষকৈ নৱ-নিৰ্বাচিত বিধায়ক সকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ
- এ ইউ আই ডি এফ চি এল-ৰ পৰিচালনা পৰিষদৰ ১৪ সংখ্যক বৈঠক অনুষ্ঠিত
- দিছপুৰত মুখ্যমন্ত্ৰীৰে সৌহাৰ্দপূৰ্ণ আলোচনা অসম বাৰ্তাজীৱী সংঘৰ
- অসমত ৰপ্তানি সুবিধা কেন্দ্র স্হাপনৰ বাবে কেন্দ্রক আহ্বান উদ্যোগ মন্ত্ৰী বিমল বড়াৰ