অসম গৌৰৱ লাভলীনা বৰগোহাঁইলৈ বি চি চি আইৰ বিশেষ সন্মান।বি চি চি আইৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে প্ৰদান কৰিলে ২৫ লাখ টকাৰ চেক।চেক প্ৰদান অনুষ্ঠানত উপস্থিত থাকে BCCIৰ সম্পাদক জয় শ্বাহো।মুম্বাইত আইপিএলৰ কলকাতা নাইট ৰাইডাৰ্ছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজৰ প্ৰথম খেলৰ প্ৰাক মুহূৰ্তত লাভলীনাক প্ৰদান কৰা হয় এই সন্মান।উল্লেখ্য যে, টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল লাভলীনা বৰগোহাঁয়ে।এই উপলব্ধিৰ বাবেই লাভলীনালৈ নগদ ২৫ লাখ টকা প্ৰদানৰ ঘােষণা কৰিছিল ভাৰতৰ শীৰ্ষ ক্ৰিকেট সংস্থা বিচিচিআইয়ে।
Trending
- NSE MD & CEO Ashishkumar Chauhan Wishes PM Modi on 75th Birthday-Underscores Growing Trust in India’s Economic Future
- তামুলপুৰত জ’নেল আৰু ছেক্টৰ বিষয়াৰ সভা
- এয়াৰটেলৰ ঠগ বিৰোধী যুঁজৰ ফলস্বৰূপে তেওঁলোকৰ গ্ৰাহকৰ আৰ্থিক ক্ষতিৰ পৰিমাণ ৭০% কমিছে
- Numaligarh Refinery Limited (NRL) Holds 32nd Annual General Meeting
- জ্যোতি চিত্ৰবনত সীমান্ত চেতনা মঞ্চৰ তিনিদিনীয়া ছ’ল তথ্য চলচ্ছিত্ৰ মহোৎসৱ
- চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত কুইজ প্ৰতিযোগিতাৰ সামৰণি
- অসম ডনবস্ক’ বিশ্ববিদ্যালয় আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত বহনক্ষম উন্নয়ন লক্ষ্যৰ ওপৰত গৱেষণা সন্মিলন
- নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন
- বনকৰ্মীৰ পহৰাৰ সুবিধাৰ্থে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ ৪ খন অত্যাধুনিক নাওৰ যোগান এ এছ ডি এম এৰ
- বিশ্ব যুৱ মহোৎসৱত প্ৰতিভা প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ দুই শিক্ষাৰ্থী