মহানগৰীত স্মাৰ্ট চিটি প্ৰজেক্টে যেন প্ৰাণ পাই উঠিছে ।পদ পথৰ উদ্যান, কৃতিচিহ্ন অথবা দেৱালৰ শোভাবৰ্দ্ধকে মহানগৰীত শোভাবৰ্দ্ধন কৰিছে।মহানগৰীত নকৈ নিৰ্মাণ কাৰ্য্য চলি আছে ষ্ট্ৰীট ক্লকৰ।প্ৰায় দুমাহ যোৰা প্ৰস্তুতিৰে নিৰ্মাণ কাৰ্য্য চলি থকা ষ্ট্ৰীট ক্লক আৰু কিছুদিনৰ পিছতেই হৈ উঠিব ।ই শোভাবৰ্দ্ধনৰ লগতে সময়কো নিৰ্দেশ কৰিব।দিছপুৰৰ লাষ্টগেটত নিৰ্মাণ কাৰ্য্য চলি থকা ষ্ট্ৰীট ক্লকক চাবলৈ বহুলোকে ভিৰ কৰা পৰিলক্ষিত হৈছে ।উল্লেখযোগ্য যে বিদেশৰ বহু ঠাইত এনেধৰণৰ ষ্ট্ৰীট ক্লক আছে।
Trending
- নেহেৰু যুৱ কেন্দ্ৰ মৰিগাঁৱৰ উদ্যোগত ‘সু-শাসন’ দিৱস
- চ’চাইটি ফৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ বাৰ্ষিক অধিবেশন সম্পন্ন
- গ্ৰাহকক অস্বাস্থ্যকৰ পৰিবেশত মাছ – মাংস বিক্ৰী ; গুৱাহাটী পৌৰ নিগমৰ অভিযানত ৫৬ হাজাৰ টকাৰ জৰিমণা সংগ্ৰহ
- গুৱাহাটী প্ৰেছ ক্লাবত বহুভাষিক দুমহীয়া আলোচনী মহাৰ্ণৱৰ পঞ্চম বৰ্ষপূৰ্তি পালন
- পৰ্যটনৰ কোনো পৰিধি নাই- পৰ্যটন বিভাগটোক আৰু অধিক উজ্জীৱিত ৰূপত তুলি ধৰাৰ বাবে সংঘবদ্ধ হৈ কাম কৰাৰ আহ্বান পৰ্যটন মন্ত্ৰীৰ
- বনভোজ-নতুন বছৰৰ উৎসৱৰ সময়ত নীতি-নিদেৰ্শনা মানিহে গাড়ী চলোৱাৰ আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্তৰ
- সৰুসজাই ক্ৰীড়া প্ৰকল্পতএই মহা আয়োজন বিশ্বমানৰ হোৱাৰ ওপৰত গুৰুত্ব সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ
- ঢেকিয়াজুলি সমষ্টিৰ ৫,১৩০ টা পৰিয়ালৰ ২৭,৭৮৩ গৰাকী নতুন হিতাধিকাৰীৰ মাজত ৰেছন কাৰ্ড বিতৰণ
- ডিমৰীয়াত পৰিবহণ বিভাগৰ ৰাইজৰ সেৱা ৰাইজৰ পদূলিত সেৱা কাৰ্যসূচী
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ উদ্যোগত শ্ৰী শ্ৰীমহাকালেশ্বৰ মন্দিৰৰ পৰ্যটনৰ সম্ভাৱনীয়তা বিষয়ক আলোচনা
Borhiya hoise.