ষ্ট্ৰীট ক্লকে শোভাবৰ্দ্ধন কৰিব মহানগৰীত

1 585

মহানগৰীত স্মাৰ্ট চিটি প্ৰজেক্টে যেন প্ৰাণ পাই উঠিছে ।পদ পথৰ উদ্যান, কৃতিচিহ্ন অথবা দেৱালৰ শোভাবৰ্দ্ধকে মহানগৰীত শোভাবৰ্দ্ধন কৰিছে।মহানগৰীত নকৈ নিৰ্মাণ কাৰ্য্য চলি আছে ষ্ট্ৰীট ক্লকৰ।প্ৰায় দুমাহ যোৰা প্ৰস্তুতিৰে নিৰ্মাণ কাৰ্য্য চলি থকা ষ্ট্ৰীট ক্লক আৰু কিছুদিনৰ পিছতেই হৈ উঠিব ।ই শোভাবৰ্দ্ধনৰ লগতে সময়কো নিৰ্দেশ কৰিব।দিছপুৰৰ লাষ্টগেটত নিৰ্মাণ কাৰ্য্য চলি থকা ষ্ট্ৰীট ক্লকক চাবলৈ বহুলোকে ভিৰ কৰা পৰিলক্ষিত হৈছে ।উল্লেখযোগ্য যে বিদেশৰ বহু ঠাইত এনেধৰণৰ ষ্ট্ৰীট ক্লক আছে।

1 Comment
  1. bishwajit says

    Borhiya hoise.

Your email address will not be published.