প্ৰতিবছৰৰ দৰে এইবছৰো সমগ্ৰ দেশতে ২৬ নৱেম্বৰ তাৰিখে সংবিধান দিৱস পালনৰ আয়োজন কৰা হৈছে।এইবৰ্ষৰ সংবিধান দিৱসৰ মূল বিষয় “ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ জননী” সম্পৰ্কে জনসাধাৰণৰ মাজত ব্যাপক প্ৰচাৰ চলাই সৰ্বাধিক অংশগ্ৰহণৰ বাবে সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ে দুটাকৈ প’ৰ্টেল মুকলি কৰিছে।সংবিধানৰ প্ৰস্তাৱনা সমূহ ২২ টা চৰকাৰী ভাষা আৰু ইংৰাজী ভাষাত অনলাইনযোগে পঢ়িব পৰাকৈ readpreamble.nic.in শীৰ্ষক প’ৰ্টেলটো মুকলি কৰিছে।আনহাতে “ভাৰতবৰ্ষৰ-গণতন্ত্ৰৰ জননী” বিষয়টোত অনলাইন কুইজ অনুষ্ঠিত কৰিব পৰাকৈ constitutionquiz.nic.in শীৰ্ষক প’ৰ্টেলটো মুকলি কৰা হৈছে।এই প’ৰ্টেল দুটাৰ জৰিয়তে সকলো ৰাইজে অংশগ্ৰহণ কৰি মানপত্ৰ লাভ কৰিবলৈ সক্ষম হ’ব।
Trending
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা