অৰুণাচল, নাগালেণ্ডৰ লগতে অসমৰ বিভিন্ন জিলাত আজি অনুষ্ঠিত ভূমিকম্পৰ ‘মেগা মক ড্ৰিল’ ৰ লগত সঙ্গতি ৰাখি কামৰূপ মহানগৰ জিলাৰ পাঁচটা বিভিন্ন স্থানত ভূমিকম্পৰ এক মেগা মকড্ৰিল অনুষ্ঠিত হয়। জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ মুখ্য কাৰ্যবাহী বিষয়া তথা মহকুমাধিপতি (সদৰ) জয় শিবানীৰ পৰিচালনাত মকড্ৰিল অনুষ্ঠিত স্থানসমূহ আছিল দিছপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, সোণাইগলিৰ দক্ষিণগাওঁ নাৰায়ণ বিদ্যালয়, ৰিজেন্ট পেৰডাইজ এপাটৰ্মেণ্ট, এক্সেলকেয়াৰ হস্পিতেল আৰু চিটি চেণ্টাৰ মল। ‘ইনাচিডেণ্ট কামাণ্ডাৰ’ জয় শিবানীৰ অধীনত জিলাখনৰ এই মকড্ৰিলত বিভিন্ন বিভাগৰ প্ৰায় ৩০০ বিষয়া-কৰ্মচাৰী নিয়োজিত কৰা হৈছিল বুলি জিলা দুৰ্যোগ প্ৰশমন বিষয়া কৌস্তভ তালুকদাৰে জনায়।
Trending
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা