সমাজকৰ্মী তথা বিশিষ্ট মানৱ অধিকাৰ কৰ্মী ড° দিব্যজোতি শইকীয়াক সমন্বিত যুৱ তীৰ্থ অসমৰ মুখ্য উপদেষ্টাৰ দায়িত্ব অৰ্পণ কৰিলে অসম সত্ৰ মহাসভাই । অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানীৰ নিৰ্দেশ মৰ্মে আজি গুৱাহাটীত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ড° শইকীয়াক এই গুৰু দায়িত্ব অৰ্পণ কৰে মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্তই ।আগন্তুক দুটা কাৰ্যকালৰ বাবে ড° শইকীয়াক এই গুৰু দায়িত্ব অৰ্পণ কৰা হৈছে ।উল্লেখ্য যে ড° শইকীয়া সমন্বিত যুৱ তীৰ্থ অসমৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক ।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram