সাংবাদিক,লেখক মৰম কুমাৰে লাভ কৰিলে ভাষা গৌৱৰ সন্মান

0 284

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত যোৱা ১ ফেব্ৰুৱাৰীত বজালীৰ নিত্যানন্দনৰ সন্তান মৰম কুমাৰলৈ অসম চৰকাৰে ভাষা গৌৰৱ সন্মান, এখন মানপত্ৰ আৰু ৫০ হাজাৰ টকা ধনৰাশি আগবঢ়াই।
উল্লেখযোগ্য যে মৰম কুমাৰে চন্দ্ৰ প্ৰকাশৰ দ্বাৰা প্ৰকাশিত ভূপেনদা চালাম ড্ৰাইভাৰ ট্ৰেফিক পইণ্ট জুবিন গাৰ্গ ইত্যাদি আৰু ইংৰাজী উপন্যাস EVERYBODYৰ বাবে এই সন্মান লাভ কৰিছে।লেখক, সাংবাদিক মৰম কুমাৰ সম্প্ৰতি ডেম’ক্ৰেচী লাইভৰ সম্পাদক।উল্লেখযোগ্য যে মৰম কুমাৰে ১২ খনতকৈ অধিক গ্ৰন্থ লিখি উলিয়াইছে।

Leave A Reply

Your email address will not be published.