সোমবাৰৰ পৰা পেট্ৰ’ল পাম্প খোলা থাকিব

0 217

গুৱাহাটীবাসীৰ বাবে ভাল খবৰ। সোমবাৰৰ পৰা  পেট্ৰ’ল পাম্প বন্ধ নহয়। পূৰ্বে সোমবাৰৰ পৰা অনিৰ্দিষ্টকাললৈ পেট্ৰ’ল পাম্প বন্ধ ৰখাৰ বাবে সিদ্ধান্ত লোৱা হৈছিল।
 
 
শনিবাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সৈতে BPCL,IOCL,HPCL আৰু NEIPDA ৰ বৈঠক অনুষ্ঠিত হৈছিল।বৈঠকত বন্ধ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।মটৰ স্পিৰিট আৰু হাইস্পীড ডিজেলৰ যোগান অব্যাহত ৰাখিব বুলি বিচিপি এলে বৈঠকত নিশ্চয়তা দিয়ে।লগতে ডিপোসমূহৰ সকলো সমস্যা সমাধানৰ বাবে চেষ্টা কৰা হ’ব বুলিও প্ৰশাসনে প্ৰতিশ্ৰুতি প্ৰদান কৰে ।তাৰ পিছতে পেট্ৰ’ল ডিপো খোলা ৰখাৰ বাবে সিদ্ধান্ত লোৱা হৈছে।

Leave A Reply

Your email address will not be published.