প্ৰথিতযশা সাহিত্যিক ,নাট্যকাৰ ,কবি ,গীতিকাৰ ,সুৰকাৰ ,প্ৰগতিশীল চিন্তা চৰ্চাৰে সমৃদ্ধ এক বিশাল প্ৰতিভাৰ গৰাকী তথা অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি মাজুলীৰ এগৰাকী সু সন্তান তৰুন চন্দ্ৰ পামেগামৰ কালি ৩৮ সংখ্যক মৃত্যু তিথি। পুৰণি কলীয়া ৰক্ষণশীল সমাজৰ বিপৰীতে প্ৰগতিশীল চিন্তা চৰ্চাৰে অসমীয়া ভাষা, সাহিত্যৰ জগত উদ্ভাসিত কৰি থৈ যোৱা তেখেতৰ বৰ্ণিল কৰ্মসূচীক নৱপ্ৰজন্মৰ মাজত প্ৰসাৰ আৰু প্ৰচাৰৰ লক্ষ্যৰে মাজুলী জিলা মিছিং আৰ্টিছ এছ`ছিয়েচন দিনযোৰা বনাঢ্য কাৰ্যসূচীৰে নামনি মাজুলীৰ নলদোৱা ৰংগ মঞ্চত স্মৃতি দিৱস পালন কৰে।স্বৰ্গীয় তৰুণ চন্দ্ৰ পামেগামৰ দ্বাৰা ৰচিত বিভিন্ন গীত মাত পৰিবেশনৰউপৰিও একাংশ স্থানীয় শিল্পী দ্বাৰা নৃত্য প্ৰদৰ্শন কৰা হয় ।
Trending
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী